Advertisement

ARE YOU ASSAMESE ? ASSAMESE PEOPLE HELP EACH OTHER? WHY PROBLEMS ONLY ASSAMESE PEOPLE? SAVE ASSAM ||

ARE YOU ASSAMESE ? ASSAMESE PEOPLE HELP EACH OTHER? WHY PROBLEMS ONLY ASSAMESE PEOPLE? SAVE ASSAM || বন্ধু- বান্ধৱী সকল আজি আপোনালোকৰ ওচৰত এজনী মাতৃ হিচাপে অলপ সহায় বিচাৰি পোষ্ট কৰিছো ,তলত সম্পূৰ্ণ ঠিকনা দি দিছোঁ আপোনালোকৰ সামৰ্থ অনুযায়ী যি পাৰে অলপ সহায় কৰক , কণমানি জনীৰ নাম ফটো সহকাৰে তলত দিয়া হৈছে , আপোনাৰ অলপ সহায়ত কণমানি জনীৰ মুখত এটি মিঠা হাহি ঘুৰি আহিব , আমাৰ দৰে তাইৰো জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ,আমাৰ দৰে তাইৰো বুকুত অযুত সপোন আছে , কণমানি জনীৰ দুটা কিডনী নষ্ট হৈছে কিন্তু পিতৃ মাতৃ চিকিৎসা কৰিবলৈ অৰ্থ নাই , সেয়ে কণমানি জনীৰ হৈ মই আপোনালোকৰ ওচৰত অলপ সহায় বিচাৰিছো, প্লিজ অলপ সহায় কৰক , মাইনাজনী সোনকালে সুস্থ হৈ উঠক তাৰ কাৰণে সকলোৱে ভগৱান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব, ধন্যবাদ
গাওঁ--নাহৰকটীয়া ,(চাচনী)
থানা--নাহৰকটীয়া
পোষ্ট অফিচ-- চাচনী
দেউতাকৰ নাম--ললিত চাংমাই
মাতৃ-- নিলিমা চাংমাই
Bank account no-- 50308865624
IFC CODE-- ALLAO211406 ,
Account Holder name Nilima Changmai.
Phone no- +91 99542 48400
Passport photo চাব বিচাৰিলে facebook page অত দিয়া আছে.
#assamesehelp #assam_people_help

ASSAM

Post a Comment

0 Comments